স্বাধীনতা

0 minutes, 0 seconds Read

লুইতৰ চাপৰিৰ
অমানিশা নাশিবলৈ
আদেশৰ কি প্রয়োজন

মইতো নহওঁ ঠিকনাবিহীন

স্বাধীনতা মোৰ
পূর্বপুৰুষৰ
প্ৰেমৰ পানী-খোৱা ঘাট।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search