অহা ৭ মে’ত অনুষ্ঠিতব্য লোকসভা নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ দিশত একাধিক পদক্ষেপ গ্ৰহণ কৰি অহা কামৰূপ নিৰ্বাচনী জিলাই আজি জিলাখনত ভোটাৰ সজাগতাৰ লক্ষ্যৰে ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰৰে ভোটদানৰ অভিজ্ঞতা প্ৰদানৰ আন এক অভিনৱ কাৰ্যসূচী অনুষ্ঠিত কৰে। কামৰূপ জিলাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আজি শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত যুৱ ভোটাৰসকলক ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰৰে ভোটদানৰ অভিজ্ঞতা […]
লোক সভা নিৰ্বাচনত বৰপেটা সমষ্টিত মিত্ৰ জোতৰ প্ৰাৰ্থী ফণী ভূষণ চৌধৰীৰ হৈ হাজোত অনুষ্ঠিত বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্রীয়ে আজি অংশগ্ৰহণ কৰে। সমাৱেশত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীর্বাদত অসমে আজি বিকাশ আৰু প্ৰগতিৰ দিশত দ্রুত গতিত আগবাঢ়ি যোৱাৰ লগতে লাভ কৰিছে বিশেষ পৰিচিতি। তেওঁ কয় যে ভাৰতবৰ্ষক প্রয়োজন মোদীৰ দৰে এজন […]
বংশৰৰ পৰাও আহে বিষাক্ত চুলাই নিৰ্লিপ্ত প্ৰশাসন নিমাত সমাজ এটা সময়ত শুৱালকুছিত সুৰা বিপনি আছিল । চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত সুৰাৰ বিপনিত গ্ৰাহকৰ ভিৰ হৈছিল ।। ধৰ্ম আৰু কৰ্ম নগৰী হিচাপে স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰনগৰীত মুকলি ভাবে এনেদৰে সুৰা বিক্ৰী কৰা বিষয়টোৱে সচেতন সমাজক চিন্তিত কৰি তুলিছিল আৰু সুৰা বিপনিৰ বিৰুদ্ধে যুঁজ দিবলৈ সংজ্ঞবদ্ধ হৈছিল । গাঁও বাসীৰ […]
👈নাজিৰাৰ গেলেকীৰ জেং বিহু হুঁচৰি দল দুর্ঘটনাগ্রস্ত-👈স্কুটী আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় নৱম শ্ৰেণীৰ ছাত্ৰ-👈AS04 T 5546 নম্বৰৰ স্কুটী আৰু AS04 BC 6920 নম্বৰৰ টাটা মেজিকৰ মাজত মুখামুখি সংঘর্ষ-👈থিতাতে নিহত হয় কৌস্তভ কোঁৱৰ নামৰ ছাত্ৰ জন-👈নাজিৰা জিঅ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দূর্ঘটনা👈মৃত ছাত্ৰ জনৰ ঘৰ নাজিৰা মেছাগড়ৰ বুলি জানিব পৰা গৈছে-
শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ নিয়োগ কোষৰ তত্ত্বাৱধানত আজি ফ্লিপকাৰ্টৰ অধীনত এক প্ৰাংগন ভিওিক সাক্ষাৎকাৰ অনুস্হিত হয়৷ এই সাক্ষাৎকাৰ অনুস্হানৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাই মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ সুবিধাৰ্থে আয়োজিত এই সাক্ষাৎকাৰে ছাত্ৰছাত্ৰীৰ সংস্হাপনৰ দিশত এক নতুন মাত্ৰা সংযোজিত কৰিব বুলি আশা প্ৰকাশ কৰে৷ ইয়াৰ পাছতে ফ্লিপকাৰ্টৰ পৰা অহা বিষয়ববীয়া সকলে […]
DY365ৰ নতুন দিল্লী ব্যুৰৰ প্ৰাক্তন ভিডিঅ’ জাৰ্ণেলিষ্ট বীৰেন্দ্ৰৰ চৌৰাছিয়াই ৰায়পুৰত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই । ২০০৯ চনৰে পৰা ২০১৪ চনলৈকে DY365 চেটেলাইত চেনেলটোত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ।
কালৰ কাল বিপৰত কাল হৰিণাই চেলেকে…… হব আৰু নোকোৱাই ভাল । ডাঙৰ ডাঙৰ মনীষীৰ পৰা নদাই ভদাইলৈ যুগে যুগে প্ৰেমৰ সংজ্ঞা দি আহিছে , অষ্ট্ৰোপ্ৰচাৰ কৰি আহিছে তথাপি যেন ওৰকে নপৰে প্রেমৰ সংজ্ঞা । প্ৰেম হেনো কৰা নাযায় প্ৰেম হৈ যায় । এইবাৰ প্ৰেম হল এগৰাকী যুৱতী আৰু আৰু দুটাকৈ সন্তানৰ মাতৃৰ ।ঘটনা বঙাইগাঁও জিলাৰ […]
ৰেল যাত্ৰীৰ বাবে সুখবৰ ।এতিয়াৰে পৰা সুলভ মূল্যত পাব পানীৰ লগতে খাদ্য, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে এই বিশেষ সেৱা উৎকট গৰমৰ পৰা সকাহ দিয়াৰ বাবে যাত্রীসকলক সুলভ মূল্যত পানী আৰু খাদ্যৰ যোগান ধৰিব ভাৰতীয় ৰেলৱেই। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৮টাকৈ ষ্টেচনত এনে সুবিধাযুক্ত কাউণ্টাৰ উপলব্ধ হব । উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ফালৰ পৰা যাত্ৰীসকলক সুলভ […]