আইচক্ৰীমৰ নামত আমি কেৱল খাইছো বৰবিহ! লেতেৰা কদৰ্যময় পৰিৱেশৰ মাজত তৈয়াৰ হয় আইচক্ৰীম

আপুনি ম‌ই আইচক্ৰীম খাই ভাল পাওঁ। কিন্তু এই আইচক্ৰীমৰ নামত আমি কেৱল খাইছো বৰবিহ। সোণাপুৰত আইচক্ৰীমৰ নামত চলিছে এখন বৰবিহৰ বজাৰ। সোণাপুৰৰ বাৰঘৰীয়াত থকা এটা আইচক্ৰীম ফেক্টৰিত এইবাৰ অভিযান চলালে দণ্ডাধীশে। এক ৰাজহুৱা অভিযোগৰ ভিত্তিত সোণাপুৰৰ ৰাজহ চক্ৰ বিষয়াই আজি অভিযান চলায় মেচাৰ্চ আব্দুছ চাত্তাৰ আহমেদ আই ফেক্টৰি নামৰ আইচক্ৰীম ফেক্টৰিটোত। ২০১৪ চনতে ফেক্টৰিৰ অনুজ্ঞাপত্ৰৰ […]

দীপাংকৰ গগৈ আত্মহত্যা প্ৰসংগ । তদানীন্তন যোৰহাটৰ এছ পি মোহনলাল মীনাৰ গ্ৰেপ্তাৰ দাবী

নিয়া’ই যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বীট দিলে।১৪ ডিচেম্বৰত সংঘটিত এই ঘটনাতঅভিযুক্ত কৰি তিতাবৰৰ দীপাংকৰ গগৈক যোৰহাট আৰক্ষীয়ে ধৰি আনি অমানুষিক নিৰ্যাতন চলাইছিল।চফল ডেকা দীপাংকৰে অসম পুলিচৰ চাকৰিৰ বাবে পৰীক্ষা দিবলৈ সাজু হৈছিল।পুৱা শাৰীৰিক অনুশীলন কৰি থাকোতেই পুলিচে তেওঁক বাৰে বাৰে ধৰি আনে। অবিৰাম হাৰাশাস্তি, আসুৰিক নিৰ্যাতনৰ সন্মুখীন হল দীপাংকৰ।লাজে অপমানে জৰ্জৰিত দীপাংকৰে নিজৰ সকলো সপোন এৰি […]

কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ! শুৱালকুছিৰ কবি কৃষ্ণ টেলি মেডিচিন কেয়াৰৰ কাৰ্যসূচীক ভিন্ন জনৰ প্ৰশংসা

গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যাল খেল পথাৰত অনুষ্ঠিত তিনিদিনীয়া ৰঙালী মহোৎসৱত শুৱালকুছিৰ কবি কৃষ্ণ টেলি মেডিচিন কেয়াৰে অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। মূলত কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগী সকলৰ কল্যাণৰ বাবে গঠন কৰা এই অনুষ্ঠানটোয়ে কেঞ্চাৰত আক্ৰান্ত ৰোগী সকলৰ দ্বাৰা মুগা বস্ত্ৰ উৎপাদন কৰাই বজাৰত বিক্ৰী কৰা আৰু মুগা লেটাৰ পৰা সূতা বোৱা […]

সৰ্পদংশনত এগৰাকী কণমানি ছাত্ৰীৰ মৃত্যুই উদঙালে দৰং জিলাৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ।

এগৰাকী কণমানি ছাত্ৰীক মৃত্যুৰ পৰা বচাবলৈ চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি ফুৰিও নাপালে প্ৰয়োজনীয় চিকিৎসা। ছিপাঝাৰৰ ঘাৰোৱা-সোনাপুৰৰ প্ৰিন্সি চহৰীয়া নামৰ এগৰাকী ৯ বছৰীয়া ছাত্ৰীয়ে চিকিৎসাৰ অভাৱতে মৃত্যু হল । স্থানীয় লোকৰ অভিযোগ, চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হয় কণমানিজনীৰ। উল্লেখ্য যে, দুপৰীয়া আইতাকৰ সৈতে পিৰালিত বহি থকা সময়তে দংশন কৰিছিল অচিনাক্ত বিষাক্ত সাপে। ইয়াৰ পিছতে অভিভাৱকে লৈ যায় […]

উদ্দাম ৰাভাৰ মৃত্যুৰ সৈতে শেষ সংগ্ৰাম

☞ ড° ভূপেন হাজৰিকা ৷ আজি ২০ জুন (১৯৬৯ চন) পুৱা পাঁচ বাজিছে । গুৱাহাটীৰ আমাৰ নিজৰাপাৰৰ বাসস্থানত বহি লিখি আছোঁ ।কালি নিশা মই ৰাভাদেৱক চাবলৈ তেজপুৰলৈ যাম বুলি স্থিৰ কৰিছোঁ মাত্ৰ । মটৰখনৰ টায়াৰ ফুটিথাকিল ! ভাবিলোঁ পুৱাতে যামগৈ ।এতিয়া এইমাত্ৰ গম পালোঁ ট্ৰাংক কল যোগে যে কালি নিশা ২ বজাত ৰাভাদেৱে চিৰদিনৰ বাবে […]

আই পি এছ বিষয়া শিলাদিত্য চেতিয়াই কিয় আত্মহত্যা কৰিলে!

শিলাদিত্য চেতিয়াৰ কাহিনী আচলতে আজিৰ নিসংগ অসহায় আধুনিক মানুহৰ কাহিনী। কিন্তু আনহাতে ই দুগৰাকী স্বামী স্ত্ৰীৰ প্ৰেম আৰু বন্ধনৰো দুৰ্লভ নিদৰ্শন।আইপিএছ বিষয়া শিলাদিত্য চেতিয়াৰ পিতৃ মাতৃৰ পূৰ্বেই মৃত্যু হৈছিল। সন্তান নাছিল। চেতিয়াৰ একমাত্ৰ সংগী তেওঁৰ পত্নী যি দীৰ্ঘ দিন জটিল ৰোগত আক্ৰান্ত। আজি বেছ কিছুদিন তেওঁ হাস্পতালত চিকিৎসাধীন। চৰকাৰী গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি থকা চেতিয়াই […]

ঘিলামৰা সংকল্প একাডেমীৰ নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন। কৃষ্ণ বৰা আৰু গীতালি চুতীয়া শ্ৰেষ্ঠ নৱাগত নিবাচিত

এক সন্ধানী যাত্রা মুল মন্ত্ৰৰে ঘিলামৰাত শিক্ষা দানৰ লক্ষ্য ৰে ২০২২ বৰ্ষত স্থাপিত হোৱা ঘিলামৰা সংকল্প একাডেমীৰ তৃতীয় বাৰ্ষিক নৱাগত আদৰণি অনুষ্ঠানটি দিন যোৰা কাৰ্য্য সুচী ৰে সামৰণি পৰে।কাৰ্য্য সুচী অনুসৰি ঘিলামৰা কৃষ্টি ভৱনৰ চৌহদতপুৱা ভাগতে একাডেমীৰ পতাকা উত্তোলন কৰে একাডেমীৰ অধ্যক্ষ লক্ষী কান্ত শৰ্মাই। বন্তি প্ৰজ্বলন কৰে একাডেমী তত্ত্বাবধায়ক ইন্দিবৰ বুঢ়া গোহাঞিয়ে।ঘিলামৰাৰ কৃষ্টি ভৱনৰ […]

নিজৰ কৰ্মৰ দ্বাৰা বিশ্বসভাত প্ৰতিষ্ঠিত হ’বলৈ মাতৃভাষা হেঙাৰ হ’ব নোৱাৰেঃ ড° তাৰিণী কান্ত হালৈ । ডোৰাকহঁৰাত অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ বক্তৃতা প্ৰতিযোগিতা আৰু আলোচনা সভা

নিজৰ কৰ্মৰ দ্বাৰা বিশ্বসভাত প্ৰতিষ্ঠিত হ’বলৈ মাতৃভাষা হেঙাৰ হ’ব নোৱাৰে ৷ বিশিষ্ট পৰিবেশ কৰ্মী পদ্মশ্ৰী যাদৱ পায়েঙৰ উদাহৰণেৰে ছাত্ৰ-ছাত্ৰী সকলক উদ্বোদ্ধ কৰি এই মন্তব্য উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° তাৰিণী কান্ত হালৈৰ ৷অসম সাহিত্য সভা আৰু কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা -ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ উদ্যোগত মদাৰতলা সাদৰী (শতদল) শাখা সাহিত্য […]

শুৱালকুছিৰ ৪ যুৱকৰ ভয়ংকৰ কাণ্ড। স্কুলীয়া ছাত্ৰীক আৱদ্ধ কৰি ৰাখিলে মহানগৰীৰ ল’জত

শুৱালকুছিৰ চাৰি যুৱকে কামৰূপৰ শিঙিমাৰীৰ এগৰাকী স্কুলীয়া ছাত্ৰীক গুৱাহাটীৰ এখন ল’জত আবদ্ধ কৰি ৰখা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্যমতে শুৱালকুছিৰ নাৰায়ণ বৈশ্য (২১) নামৰ যুৱকজনৰ লগত শিঙিমাৰী বাসিন্দা তথা এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী গৰাকীৰ লগত দীৰ্ঘ দিনীয়া সম্পৰ্ক৷ যোৱা ১২ জুনৰ সন্ধিয়া প্ৰায় ৭ বজাত নাৰায়ণ […]

খেলেৰে বিশ্ব জয় কৰাৰ সপোন

খেলেৰে পৃথিৱী জয় কৰাৰ সাধনাত ব্ৰতী দুগৰাকী ভগ্নীয়ে শেহতীয়া ভাবে গৌৰৱ কঢ়িয়াই আনিলে শুৱালকুছিলৈ । দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত জিন্তি মণি আৰু ভায়লিনাই সোন আৰু ব্ৰঞ্জৰ পদক লাভ কৰি এই গৌৰৱ কঢ়িয়াই আনে । জিন্তি মণি দাসে ৬৯ কেজি জুনিয়ৰ শাখাত দুটাকৈ সোণৰ পদক লাভ কৰাৰ বিপৰীতে ভায়লিনা দাসে ৬৩ কেজি চাব […]

Home
NEWS
Search