বাণিজ্য বীৰ সদাগৰ ভোলানাথ বৰুৱা, বাণিজ্য দিৱস আৰু বাণিজ্য শিক্ষাৰ প্ৰাসংগিকতা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ঠিকেই কৈছিল, “আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম । সকলো আছিল, সকলো আছে, নুবুজো নলওঁ গ’ম ।” কাৰণ স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ এজন প্ৰতাপী ব্যৱসায়ী অসম সন্তান, যাক জ্ঞানদাভিৰাম বৰুৱাই বাণিজ্য বীৰ হিচাপে অভিহিত কৰিছে, সেই জনৰ বিষয়ে আমি কিমান জানোঁ বা কিমানে তেখেতক স্মৰণ কৰোঁ ? যিজন ব্যক্তিয়ে তেখেতৰ জীৱনৰ সমস্ত […]

ছাত্রশক্তিৰ ইতিহাস, কটনৰ ছাত্ৰক বেত্রাঘাত, চৰকাৰৰ পতন ।

ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয় ১২৪ বছৰীয়া হল । সোমবাৰে ১২৪ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হল । তাৰ লগত সংগতি ৰাখি এটা তথ্য দাঙি ধৰা ভাল হব বুলি ভাবিলো । বিশ্বাস কৰিবনে- এই কটনৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পুলিচৰ লাঠি-চালনাৰ প্ৰতিবাদত ৰাজ্যৰ এজন শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিছিল । তেওঁ আছিল মহম্মদ চাদুল্লা চৰকাৰৰ মন্ত্ৰী ৰোহিনী কুমাৰ চৌধুৰী । এনেকৈয়ে […]

বুদ্ধ পূৰ্ণিমাৰ চিন্তা

H G Wells এ তেওঁৰ The Outline of History ত লিখিছে , বুদ্ধৰ প্ৰকৃত শিক্ষা আৰু আজিৰ বুদ্ধৰ অনুগামীসকলৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে । একে সুৰতে কও –শংকৰদেৱৰ শিক্ষা আৰু আজিৰ শংকৰদেৱৰ অনুগামী সকলৰ শিক্ষাৰ মাজত আকাশ পাতাল পাৰ্থক্য স্পষ্ট ৰূপত দেখা যায় । উভয়ে আছিল মানৱতাবাদী ; কিন্তু আজি উভয়ৰে অনুগামীসকলৰ হাততে মানৱতাবাদৰ […]

শুৱালকুছি ৰিতম পুথিভঁৰালত আলাবৈ ৰণ শীৰ্ষক বক্তৃতানুষ্ঠান।

শুৱালকুছিৰ ৰিতম পুথিভঁৰালত প্ৰতিমাহত অনুস্থিত কৰা যিকোনো বিষয়ৰ সাহিত্য চৰ্চাই জনমানসত অধিক সমাদৰ লাভ কৰাৰ সময়তে এই মাহৰ ১৬ তাৰিখে পুথিভঁৰালত দশম সংখ্যক সাহিত্যাচাৰ্য অনুস্থিত হৈ যায়।ভাৰতৰ ঐতিহাসিক শৰাইঘাটৰ আলাবৈ ৰণৰ দহ হাজাৰ সৈনিকৰ মৃত্যুৰ কলা অধ্যায় শীৰ্ষক বিষয় বস্তু লৈ বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্হিত থাকে বামুন্দী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ নাৰায়ণ ভট্ট । সমল […]

উচ্চতৰ মাধ্যমিকত নাম ভৰ্ত্তিৰ জাননী

উচ্চতৰ মাধ্যমিকত নাম ভৰ্ত্তিৰ জাননী আৰম্ভ হৈছে নতুন শিক্ষা বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া । উচ্চ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ২৩ এপ্ৰিলৰ পৰা আৰু নামভৰ্তিৰ শেষ তাৰিখ ২ মে । অসম উচ্চতৰ নাধ্যমিক শিক্ষা সংসদে এক জাননী যোগে এই ঘোষণা কৰে । Admission Details: High School 1st Year (Class XI) Key Links for Assam […]

Home
NEWS
Search