ডিপ্ৰেচনৰ বলি অভিনেত্ৰী নূৰ মালবিকা দাস, ৩ দিনৰ মূৰত কোঠাত উদ্ধাৰ মৃতদেহ

বহু ছবি আৰু ধাৰাবাহিকত কাম কৰা অভিনেত্ৰী নূৰ মালবিকা দাস আৰু নাই। মৃত্যুৰ ৩ দিন পিছতে আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ উদ্ধাৰ কৰি মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।ডিপ্ৰেচনৰ বলি হৈ অভিনেত্ৰী নূৰ মালবিকা দাসে আত্মহত্যা কৰা বুলি। সন্দেহ কৰা হৈছে ।মুম্বাইৰ অশিৱাৰা অঞ্চলত উদ্ধাৰ হৈছে মালবিকা দাস নামৰ অভিনেত্ৰীগৰাকীৰ মৃতদেহ। […]

আৰক্ষীৰ বৃহৎ সফলতা,  বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু

আৰক্ষীৰ বৃহৎ সফলতা, বাহিৰৰ পৰা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু আৰক্ষীৰ এক বৃহৎ সফলতা, বাহিৰৰ পৰা বন্ধ হৈ থকা গুদাম ঘৰৰ পৰা একেলগে উদ্ধাৰ হয় ৫৭ টা শিশু। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত সংঘটিত হৈছে এই ঘটনা । অমানৱীয়ভাৱে এটা কাৰখানাত বাহিৰৰ পৰা বন্ধ হৈ থকা গুদাম ঘৰত আছিল ৫৭টা শিশু।য’ত সকলো শিশুকে […]

বেবী কেয়াৰ হাস্পতালত অগ্নিদগ্ধ হৈ মৃত্যু ৭টি শিশুৰ

👈দিল্লীৰ বিবেক বিহাৰত শোকাৱহ ঘটনা👈বেবী কেয়াৰ হাস্পতালত অগ্নিদগ্ধ হৈ মৃত্যু ৭টি শিশুৰ👈হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৭টি শিশুৰ👈 ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছিল ১২টি শিশুক👈বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৫টি শিশু👈সংকটজনক অৱস্থাত এটি শিশুক ৰখা হৈছে ভেণ্টিলেটৰত।

ভয়ংকৰ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু, গুৰুতৰভাৱে আহত ২৫ জন

👈 উত্তৰাখণ্ডৰ পূৰ্ণাগিৰী মাতা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা অৱস্থাতে কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।👈শনিবাৰে নিশা প্ৰায় ১১ বজাত শ্বাহজাহাপুৰৰ খুটাৰ অঞ্চলৰ গোলা-লখিমপুৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।👈 তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখন এখন ধাবাৰ সন্মুখত ৰৈ থকাৰ সময়তে বাছখনত তীব্ৰ বেগেৰে অহা এখন ডাম্পাৰে প্ৰচণ্ড খুন্দা মাৰে।👈আৰক্ষীৰ তথ্য অনুসৰি এই বাছখন গোলা মাৰ্গ হৈ খুটাৰত উপস্থিত হৈছিল।👈 […]

শংকৰ দেৱৰ এক শৰণ হৰি নাম ধৰ্মৰ পৰম্পৰাৰে অনুস্থিত বিবাহ কাৰ্যত অংশগ্ৰহ কৰি প্ৰথমে এঘৰীয়া হল মিলন ডেকা তাৰ পাছত আকৌ ১৪ তা পৰিয়াল…..

মঙলদৈত আকৌ সমাজে এঘৰীয়া কৰিলে ১৪ টা পৰিয়ালক। মঙলদৈ চহৰৰ নিকটৱৰ্তী ১ নং মেধিপাৰা গাওত সংঘটিত হৈছে আন এক নাভূট নাশ্ৰুত ঘটনা।বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবে গাওৰ সমাজ তথা খেলে অস্পৃশ্য বুলি ঘোষনা কৰিলে ১৪ পৰিয়ালক । ৰাজহুৱা অনুষ্ঠানত অংশ গ্ৰহণৰ লগতে বিহু , ফাকুৱাতো অংশগ্ৰহণ কৰাৰ পৰা বাৰণ কৰিলে পৰিয়াল কেইটাক […]

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব গৌতম গম্ভীৰে !!

ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাপে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক নে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন ক্ৰিকেটাৰক এই পদত নিযুক্তি দিব তাক লৈ চলিছে ক্ৰিকেট জগতত চলিছে ব্যাপক চৰ্চা। সংবাদ মাধ্যমত সঘনাই অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং, নিউজিলেণ্ডৰ ষ্টিফেন ফ্লেমিংছৰ নাম আলোচনা হৈ থকাৰ সমান্তৰালকৈ এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দৌৰত নাম আহিছে গৌতম গম্ভীৰৰ।দেশৰ এখন আগশাৰীৰ দৈনিক বাতৰি […]

হিমাচলৰ টকাৰ বৰষুণ বোৱা এখন গাঁও! প্ৰতিজন লোকেই কোটিপতি !

এখন ধনী গাঁৱৰ কাহিনী যত প্ৰতিটো পৰিয়ালে কোটিপতি ।ছিমলাৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছিয়াৰ মহাদেশৰ আটাইতকৈ ধনী গাঁও এইখন । নাম মাদাভাগ (Madavag Village) । এই গাওঁখনৰ লোকৰ জীৱনশৈলী দেখিলে আচৰিত হ’ব আপুনি । কাৰণ গাঁওখনৰ বাসিন্দাসকলৰ বিলাসী ঘৰ আৰু দামী বাহন দেখি আপুনি ভাবিব নোৱাৰে যে তেওঁলোকৰ জীৱিকা খেতি। ২৩০টা পৰিয়াল থকা এই […]

মুম্বাইৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত

ধুমুহাত বিপৰ্যস্ত হৈ পৰিছে মুম্বাই চহৰ । সোমবাৰে এখন বিশাল বিলবোৰ্ড ভাঙি পৰাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল যদিও মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে বিলবোৰ্ড আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু মঙলবাৰৰ পুৱালৈকে ১৪ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা কমেও ৭৪ জন।সোমবাৰে আবেলিৰ পৰা বাণিজ্যিক চহৰখনত ধূলিৰ […]

বাবাৰ কামনাৰ বলি ১২০ গৰাকী কিশোৰী-যুৱতী-মহিলা! জেলতেই মৃত্যু ভণ্ড সাধু ‘জেলেবী বাবা’ৰ

এটা সময় আছিল ‘জেলেবী বাবা’ বুলিলেই ভক্তিত নিমজ্জিত হয় ভক্তগণ । সেই জেলেবী বাবা ওৰফে কুখ্যাত বাবা বিল্লু ৰামৰ জীৱনৰ যৱনিকা পৰিল। কিছুমানৰ বাবে তেওঁ অমৰপুৰী নামেৰেও পৰিচিত আছিল। নিজকে ‘গডমেন’ বুলি দাবী কৰা বিল্লু ৰামে ১২০ গৰাকীতকৈও অধিক মহিলাক ধৰ্ষণ কৰিছিল। তাৰ পিছত তেওঁলোকক ব্লেকমেইল কৰি অশ্লীল ভিডিঅ’ বনাইছিল। এই অপৰাধৰ বাবেই হাৰিয়ানাৰ হিছাৰ […]

T20 ক্ৰিকেট বিশ্ব কাপৰ বাবে দল ঘোষণা ।আই পি এলত মাত্র দুখন মেচ খেলা ক্রিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব!

ক্ৰিকেট বিশ্ব কাপৰ দল ঘোষণা কৰাৰ কুচ কাৱাজ চলি থকাৰ মাজতে নিউজিলেণ্ডে ঘোষণা কৰিলে টি-২০ বিশ্বকাপ দল। ১৫ জনীয়া দল ঘোষণা কৰে দেশখনে। কেন উইলিয়ামছনক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে দলৰ। বৰ্তমানৰ আই পি এলত গুজৰাট টাইটানছৰ হৈ উইলিয়ামছনে মাত্র দুখন মেচহে খেলিছে। উইলিয়ামছনৰ এয়া ষষ্ঠ টি-২০ বিশ্বকাপ। চতুৰ্থবাৰৰ বাবে অধিনায়ক হিচাপে খেলিব তেওঁ। ঘোষিত […]

Home
NEWS
Search