বহু ছবি আৰু ধাৰাবাহিকত কাম কৰা অভিনেত্ৰী নূৰ মালবিকা দাস আৰু নাই। মৃত্যুৰ ৩ দিন পিছতে আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ উদ্ধাৰ কৰি মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।ডিপ্ৰেচনৰ বলি হৈ অভিনেত্ৰী নূৰ মালবিকা দাসে আত্মহত্যা কৰা বুলি। সন্দেহ কৰা হৈছে ।মুম্বাইৰ অশিৱাৰা অঞ্চলত উদ্ধাৰ হৈছে মালবিকা দাস নামৰ অভিনেত্ৰীগৰাকীৰ মৃতদেহ। […]
কোনোবাই কলিংবেল টিপিলে বা দুৱাৰত টুকুৰিয়ালে আমি যিখন দুৱাৰ খুলি দিওঁ , সেইখনেই ঘৰৰ মূল দুৱাৰ ৷ সেইখনক সামাজিক দুৱাৰ বুলিও ক’ব পাৰি ৷ কাৰণ গেছ চিলিণ্ডাৰ দিয়া মানুহ , পাৰ্চেল দিয়া মানুহ .ইলেকট্ৰিছিয়ান , প্লাম্বাৰ , আলহী – অতিথিকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ প্ৰবেশ ঘটে সেইখনেৰে ৷ সেইখন দুৱাৰৰ পিছতে থাকে ভিতৰৰ দুৱাৰবোৰ […]
কলেজবোৰত এতিয়া এডমিছনৰ সময়।আমি ব্যস্ত।সকলো সকলো ধৰণেৰে ব্যস্ত।আজিকালি ফ্ৰী এডমিছন আছে।অভিভাৱকৰ বাৰ্ষিক আয়ৰ ওপৰত নিৰ্ভৰ কৰি এডমিছন ফ্ৰী দিয়া হয়। আমি তিনিজন দৰ্পণ পৰ্টেলৰ কাম লৈ বহিছোঁ।নতুন মুখৰ ল’ৰা ছোৱালীৰ জাক এটা ৰৈ আছে আমাৰ সন্মুখত।কোনোজনৰ মুখ উজ্জ্বল, কোনোজনৰ সংকুচিত, কোনোজন উদ্বিগ্ন। আমি Free, paid চাই সেইমতে দৰ্পণ পৰ্টেলৰ নামভৰ্তি কৰি গৈছোঁ। এগৰাকী ছোৱালী।মই তাইৰ […]