ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাপে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক নে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন ক্ৰিকেটাৰক এই পদত নিযুক্তি দিব তাক লৈ চলিছে ক্ৰিকেট জগতত চলিছে ব্যাপক চৰ্চা। সংবাদ মাধ্যমত সঘনাই অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং, নিউজিলেণ্ডৰ ষ্টিফেন ফ্লেমিংছৰ নাম আলোচনা হৈ থকাৰ সমান্তৰালকৈ এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দৌৰত নাম আহিছে গৌতম গম্ভীৰৰ।দেশৰ এখন আগশাৰীৰ দৈনিক বাতৰি […]
ক্ৰিকেট বিশ্ব কাপৰ দল ঘোষণা কৰাৰ কুচ কাৱাজ চলি থকাৰ মাজতে নিউজিলেণ্ডে ঘোষণা কৰিলে টি-২০ বিশ্বকাপ দল। ১৫ জনীয়া দল ঘোষণা কৰে দেশখনে। কেন উইলিয়ামছনক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে দলৰ। বৰ্তমানৰ আই পি এলত গুজৰাট টাইটানছৰ হৈ উইলিয়ামছনে মাত্র দুখন মেচহে খেলিছে। উইলিয়ামছনৰ এয়া ষষ্ঠ টি-২০ বিশ্বকাপ। চতুৰ্থবাৰৰ বাবে অধিনায়ক হিচাপে খেলিব তেওঁ। ঘোষিত […]
ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) ভাৰতৰ কিংবদন্তি অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙক এই প্রতিযোগিতাখনত অৰ্পণ কৰিলে গুৰু দায়িত্ব । তাৰকা ক্ৰিকেটাৰ গৰাকীক এই বাৰ টি20 ক্ৰিকেট বিশ্বকাপত দেখা যাব ব্ৰেণ্ড এম্বেছাদৰ হিচাপে। ২০০৭ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত যুৱৰাজে এটা অভাৰত ছটা ছিক্সাৰ […]