দমদমাৰ শিক্ষিত যুৱক ৰণদেৱ কলিতা ভেণ্টিলেটৰ/আই.চি.ইউত…পুত্ৰৰ চিকিৎসাৰ বাবে দুৰ্ভগীয়া পিতৃয়ে বিক্ৰী কৰিবলৈ ওলাইছে নিজৰ মাটি। বিচাৰি পোৱা নাই কোনো গ্ৰাহক…এক হৃদয় বিদাৰক কাহিনী

0 minutes, 3 seconds Read

Brain Tuberculosis মগজুৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰি দিক্ বিদিক হেৰুৱাইছে ৰণদেৱ কলিতাৰ পৰিয়ালবৰ্গই। সম্প্ৰতি নেমকেয়াৰ হাস্পাতালত চিকিৎসা চলি আছে যদিও খৰছৰ মাত্ৰ দিনক দিনে বৃদ্ধি পাই আহিছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি টকাৰ অভাৱত ৰণদেৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ নিব খোজে যদিও চিকিৎসা চলি থকা হাস্পাতালখনত বৰ্তমানেও দিবলৈ আছে প্ৰায় ১০ লক্ষাধিক টকা। ৰাইজৰ সহযোগিতা কামনা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। আপোনালোকে কিছু আৰ্থিক সহায় আগবঢ়াব পাৰে…
বেংক একাউণ্টৰ সবিশেষ
Ramesh Kalita
SBI Dadara Branch
AC- 11422770480
IFSC SBIN0007390
Ph – 9864039906

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search