👈১০ লাখ শিক্ষার্থীক নামভৰ্তিৰ বাবে টকা দিব অসম চৰকাৰে
👈 প্রতিমাহৰ ১১ তাৰিখে বেংকযোগে ছাত্রীসকলে লাভ কৰিব এই ধন
👈১১ অক্টোবৰত বেংকযোগে লাভ কৰিব প্ৰথম কিস্তিৰ ধন
👈উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ বিবাহিতা ছাত্ৰীয়ে নাপাব এই ধন
👈স্নাতকোত্তৰত অধ্যয়ণৰত বিবাহিতা ছাত্রীয়ে পাব এই আঁচনিৰ লাভ
👈ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰী আৰু আধাতে কলেজ এৰা ছাত্রীয়ে নাপাব এই ধন
👈উচ্চতৰ মাধ্যমিকত স্কুটী নোলোৱা ছাত্ৰীয়ে এই আঁচনীৰ সুবিধা ল’ব পাৰিব
👈মন্ত্রী, সাংসদ, বিধায়কৰ ছোৱালী এই আঁচনীৰ অন্তৰ্গত নহব
👈একাদশত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলী ১০০০ টকাকৈ লাভ কৰিব
👈স্নাতকত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্রীক মাহিলী ১২৫০ টকাকৈ দিয়া হ’ব
👈স্নাতকোত্তৰত নাম ভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলী লাভ কৰিব ১৫০০ টকা