প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকী ছাত্ৰী।

0 minutes, 0 seconds Read

নগাঁৱৰ কচুৱাত অঘটন। প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকী ছাত্ৰী। ততাতৈয়াকৈ কচুৱা মডেল হাস্পতালত ভৰ্ত্তি ছাত্ৰী দুগৰাকীক। কচুৱাৰ গাৰ্লচ হাইস্কুল আৰু কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰী চিকিৎসাধীন‌।

বৰ্তমানে কিছু পৰিমানে সুস্থ যদিও চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছে ছাত্ৰী দুগৰাকীক।

উল্লেখ্য যে চৰকাৰে বান্ধি দিয়া নিয়ম মতেই ৰাতিপুৱা ৮ বজাৰ পৰাই বিদ্যালয়ৰ পাঠদান কাৰ্য্য চলি আছিল আৰু ছুটিৰ সময়ৰ কিছু সময় আগতেই এই ঘটনা সংঘটিত হয়।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search