কলিয়াবৰ কুলিডুঙা ত সাৰ্বজনীন “লোকনাথ পূজা” উদযাপন।

0 minutes, 0 seconds Read

কলিয়াবৰ কুলিডুঙা বাসী ৰাইজৰ ব্যৱস্থাপনাত উদযাপন কৰা হয় “লোক নাথ বাবা পূজা”। পুৱা নাম কীৰ্তনেৰে আৰম্ভ হোৱা পূজা ভাগত গাঁও বাসীৰ লগতে কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ ভক্ত গনে অংশগ্ৰহণ কৰে। পূৰ্বতে একেখন গাঁও ৰে অন্য এটা এটা স্থানত লোক নাথ বাবা মন্দিৰ ভাগৰ পকী ঘৰ নিৰ্মান কৰা হৈছিল যদিয়ো ভূমি ডাটাই মন্দিৰৰ ভূমি দৰা পুনৰ দখল কৰা ত মন্দিৰ পৰিচালনা সমিতিয়ে ঐতিহ্যমণ্ডিত ভীমৰ আলিত মন্দিৰ ভাগ নিৰ্মান কৰি স্থানান্তৰিত কৰে। লোক নাথ পূজা ৰ লগতে সংগতি ৰাখি ভীমৰ আলিত পুনৰ লোক নাথ বাবা ৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰে ভক্ত প্ৰাণ ৰাইজে। মন্দিৰ ৰ স্থায়ী গৃহ ভূমি বেদখল মুক্ত কৰি ৰাইজৰ সেৱা ৰ বাবে মুকলি কৰি দিবলৈ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া ক অনুৰোধ জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে।

কলিয়াবৰৰ পৰা অনুপ বৰা।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search