শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত লাচিত দিৱস উদযাপন

লাচিত দিৱস উপলক্ষে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰৰাজনীতি বিজ্ঞান বিভাগ আৰু ইতিহাস বিভাগৰ যৌথ উদ্যোগত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক তথা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° যোগেশ ডেকাই। বক্তৃতানুষ্ঠান খনত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাই। উক্ত ভাষণত তেখেতে লাচিত দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত […]

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হল শুৱালকুছিৰ ৰাস মহোৎসৱ

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হল শুৱালকুছিৰ ৰাস মহোৎসৱ। শুৱালকুছি সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত ৰাস মহোৎসৱ শুৱালকুছিৰ সেউজ দলিচাত এঘাৰ দিনীয়াকৈ উদযাপন হব ৩২ সংখ্যক ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ বৰ্ণিল শোভাযাত্ৰা উদ্ধোধন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ ডেকা সত্ৰীয়া উজ্জ্বল মহন্তই।। শোভাযাত্ৰাত গায়ন-বায়ন গুৰু আসন, বেণ্ড পাৰ্টী, শ্যামন্ত হৰণ, ৰাধা কৃষ্ণ, গোপিনী, ওজাপালি, জন গোষ্ঠীয় […]

শুৱালকুছিত ৪ মহীয়া সাঁতোৰ প্ৰশিক্ষণৰ শুভাৰম্ভ

শুৱালকুছিৰ ডেকা সত্ৰাধিকাৰ সোণেশ্বৰ আতৈ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটো আজি   আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰশিক্ষণ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি ডাঃ কাৰ্তিক চন্দ্ৰ মেধিয়ে , বন্তি প্ৰজ্বলন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ সত্ৰাধিকাৰ  ৰাজীৱলোচন সন্তই ৷ ডেকা সত্ৰাধিকাৰ সোণেশ্বৰ আতৈ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদক নিত্যানন্দ নাথে আঁত ধৰা অনুষ্ঠানত শুভাৰম্ভ কৰি দিয়া ভাষণত ডাঃ কাৰ্তিক  চন্দ্ৰ মেধিয়ে কয় যে চৰকাৰে […]

বিশ্বাসৰ পম খেদি

অবিশ্বাসৰ দুৱাৰত টুকুৰিয়াই ফুৰিলো নিদ্ৰাহীণ গভীৰ ৰাতি দুহাত ধৰি লৈ যোৱাবিশ্বাসৰ সিটো পাৰলৈ চাব খোজোঁ নির্জন ৰাতিসাগৰৰ গভীৰতাক হৃদয়ৰ আকুলতা হৈ,চাব খোজোঁ মাজনিশা অন্ধকাৰৰ গভীৰ ক্ৰন্দনচাব খোজো শেৱালী পাহিযেন চকুৰ পতাত আকি ৰখা নানা অঙ্কণ। আঁকিব খোজোঁশুকান পদুম পাতত জীৱনৰ ৰঙ তুলিকা জীয়াশিলৰ ছবি, অবিশ্বাসৰ দুৱাৰত টুকুৰিয়াই ফুৰিলো নিদ্রাহীণ গভীৰ ৰাতি !! ডেইজী বৈশ্য

শুৱালকুছিত ভৱিষ্যত ৰাজনীতি আৰু লোক সভা নিৰ্বাচনত CPM প্ৰাৰ্থীৰ অভূতপূৰ্ব সফলতা !

লোক সভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণী ভূষন চৌধুৰীযে শুৱালকুছি অঞ্চলত কিমান ভোট লাভ কৰিব?? বিজেপি নেতা সকলে ভাবি থকাৰ দৰে বিৰোধী বুলিবৰ বাবে কোনো নাই বোলা ধাৰণাক ভুল প্ৰমাণিত কৰি এইবাৰ CPM দলে লাভ কৰিব অভূতপূৰ্ব সফলতা । বিজেপিয়ে ভবাৰ দৰে CPM দলে বহুত বেছি ২০০ ভোট পাব বুলি যি ধাৰণা লোৱা হৈছে […]

শুৱালকুছি ৰিতম পুথিভঁৰালত আলাবৈ ৰণ শীৰ্ষক বক্তৃতানুষ্ঠান।

শুৱালকুছিৰ ৰিতম পুথিভঁৰালত প্ৰতিমাহত অনুস্থিত কৰা যিকোনো বিষয়ৰ সাহিত্য চৰ্চাই জনমানসত অধিক সমাদৰ লাভ কৰাৰ সময়তে এই মাহৰ ১৬ তাৰিখে পুথিভঁৰালত দশম সংখ্যক সাহিত্যাচাৰ্য অনুস্থিত হৈ যায়।ভাৰতৰ ঐতিহাসিক শৰাইঘাটৰ আলাবৈ ৰণৰ দহ হাজাৰ সৈনিকৰ মৃত্যুৰ কলা অধ্যায় শীৰ্ষক বিষয় বস্তু লৈ বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্হিত থাকে বামুন্দী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ নাৰায়ণ ভট্ট । সমল […]

৩৭ কোটি টকাৰ ব্যয় সাপেক্ষেশুৱালকুছিত স্থাপন হ’ব হস্ততাতঁ প্ৰকল্প

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ আৰু ভাৰত চৰকাৰৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ অৰ্থ সাহায্যত শুৱালকুছিত স্থাপন হ’ব বৃহৎ থুপ ভিক্তিক হস্ততাঁত প্ৰকল্প (Mega Handloom Cluster Project) । প্ৰায় ৩৭ কোটি টকা ব্যায় সাপেক্ষে স্থাপন হব লগা এই প্ৰকল্প যোগে শুৱালকুছি অঞ্চলৰ প্ৰায় ৪৩০০গৰাকী শিপিনী উপকৃত হ’ব l শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনৰ গন্ধমৌ পঞ্চায়ত, বংশৰ পঞ্চায়ত, […]

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী । মহাবিদ্যালয় খনৰ ২০৮ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ১৭৪ গৰাকী ছাত্ৰ ছাত্ৰী । কলা শাখাৰ উত্তীৰ্ন হাৰ ৮৩.৬৫ । ইয়াৰে প্ৰথম বিভাগ ১৯ গৰাকী দ্বিতীয় বিভাগ ৩৩ গৰাকী আৰু তৃতীয় বিভাগত […]

শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ দশম সত্ৰাধিকাৰৰ তিৰোভাৱ তিথি আৰু সত্ৰাধিকাৰৰ অভিষেক

নামনি অসমৰ একমাত্ৰ কেৱলীয়া সত্ৰ শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটীসত্ৰৰ দশম জনা সত্ৰাধিকাৰৰ প্ৰথম তিৰোভাৱ তিথি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষত পুৱা ৭-৩০ বজাত বিশিষ্ট সমাজ কৰ্মী তথা সত্ৰৰ বয়োজেষ্ঠ ভকত দীনেশ চন্দ্ৰ বৈশ্যৰ দ্বাৰা এটি সত্ৰাধিকাৰৰ সোঁৱৰণত গছ পুলি ৰোপনৰ কৰা হয়। পিছত আই সকলৰ প্ৰসঙ্গ।১০ বজাত বৰপেটাৰ নিৰ্মল মহন্তৰ পৰিচালনাত নাম প্ৰসঙ্গ […]

Home
NEWS
Search