👈দিল্লীৰ বিবেক বিহাৰত শোকাৱহ ঘটনা
👈বেবী কেয়াৰ হাস্পতালত অগ্নিদগ্ধ হৈ মৃত্যু ৭টি শিশুৰ
👈হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৭টি শিশুৰ
👈 ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছিল ১২টি শিশুক
👈বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৫টি শিশু
👈সংকটজনক অৱস্থাত এটি শিশুক ৰখা হৈছে ভেণ্টিলেটৰত।