কণী বেপাৰীৰ ধাৰ বনাম চৰকাৰৰ ধাৰ

চাইকেলখনত কনীৰ কাৰ্টোন এটা লৈ ঘৰে ঘৰে কনী বেচি ফুৰে যুৱকজনে । কেতিয়াবা খেজুৰ-খিচমিচ-কাজু বাদাম আদিৰ পেকেট । বেপাৰ বেয়া হলে অত-তত দিন হাজিৰা কৰে । চাইকেল ঠেলি ঠেলি গছজোপাৰ ছাঁতে ৰলহি । সুধিলো-আজি বেপাৰ কেনে ? কলে-ভাল নহয় । গৰমখনত বিক্ৰী-বাৰ্তা নাই । এনে গৰমত হাজিৰা কাম কৰাও বৰ কষ্ট । ইফালে লগৰ দুজনমানৰ […]

কলিয়াবৰত মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন।

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আবিৰ্ভাৱ তিথি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে কলিয়াবৰতো গাৱে গাৱে উদযাপন কৰিছে গুৰুজনাৰ জন্মোৎসৱ। কলিয়াবৰৰ কটিয়াগাঁও কীৰ্তন গৃহতো শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত দিন জোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে গুৰুজনাৰ ৫৩৫ তম আবিৰ্ভাৱ তিথি। পুৱা ধৰ্মধ্বজা উত্তোলন আৰু প্ৰাতঃপ্ৰসংগৰ পিছতে অনুষ্ঠিত হয় ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ লগতে এখনি […]

যোৰহাটত মুকলি হ’ল “অসম বাৰ্তা” গোষ্ঠীৰ যোৰহাট কাৰ্যালয়

যোৰহাট আৰু গুৱাহাটীৰ পৰা প্ৰকাশ‌ হৈ অহা দৈনিক বাতৰি কাকত “অসম বাৰ্তা”ৰ আজি যোৰহাটৰ মালৌআলিত যোৰহাট কাৰ্যালয় আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰা হয়। যোৰহাটৰ জেষ্ঠ সাংবাদিক প্ৰদীপ বৰাই ফিটা কাটি উদ্বোধন কৰে “অসম বাৰ্তা”ৰ কাৰ্যালয়টি। বহু সংখ্যক গণ্য-মান্য সংবাদিক উপস্থিত থকা অনুষ্ঠানটোত, যি সময়ত বাতৰি কাকতৰ পঢ়ুয়ৈৰ সংখ্যা কমি আহিছে, সেই সময়তে মাজুলীৰ এগৰাকী উদীয়মান যুৱক […]

মোবাইলত কথা পাতি থাকোতেই কৰুণ মৃত্যু অসম আৰক্ষীৰ জোৱানৰ

সাৱধান । মৃত্যু এনেকৈও আহিব পাৰে । মোবাইল ফোনটোৱে হৈ পৰিব পাৰে আপোনাৰ বাবে মৃত্যুদূত । এই মোবাইলৰ কাৰণেই মৃত্যু হল এজন জোৱান । মোবাইলৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ এই যোৱান জনে । বৃহস্পতিবাৰে নিশা সংঘটিত এই কৰুণ দুৰ্ঘটনাটোত মৃত্যুক আঁকোৱালি লোৱা জোৱানজনক কামাণ্ডো অমৰজোতি টাইড বুলি চিনাক্ত কৰা হৈছে।নিশা মোবাইল […]

বিশ্বাসৰ পম খেদি

অবিশ্বাসৰ দুৱাৰত টুকুৰিয়াই ফুৰিলো নিদ্ৰাহীণ গভীৰ ৰাতি দুহাত ধৰি লৈ যোৱাবিশ্বাসৰ সিটো পাৰলৈ চাব খোজোঁ নির্জন ৰাতিসাগৰৰ গভীৰতাক হৃদয়ৰ আকুলতা হৈ,চাব খোজোঁ মাজনিশা অন্ধকাৰৰ গভীৰ ক্ৰন্দনচাব খোজো শেৱালী পাহিযেন চকুৰ পতাত আকি ৰখা নানা অঙ্কণ। আঁকিব খোজোঁশুকান পদুম পাতত জীৱনৰ ৰঙ তুলিকা জীয়াশিলৰ ছবি, অবিশ্বাসৰ দুৱাৰত টুকুৰিয়াই ফুৰিলো নিদ্রাহীণ গভীৰ ৰাতি !! ডেইজী বৈশ্য

বুদ্ধ পূৰ্ণিমাৰ চিন্তা

H G Wells এ তেওঁৰ The Outline of History ত লিখিছে , বুদ্ধৰ প্ৰকৃত শিক্ষা আৰু আজিৰ বুদ্ধৰ অনুগামীসকলৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে । একে সুৰতে কও –শংকৰদেৱৰ শিক্ষা আৰু আজিৰ শংকৰদেৱৰ অনুগামী সকলৰ শিক্ষাৰ মাজত আকাশ পাতাল পাৰ্থক্য স্পষ্ট ৰূপত দেখা যায় । উভয়ে আছিল মানৱতাবাদী ; কিন্তু আজি উভয়ৰে অনুগামীসকলৰ হাততে মানৱতাবাদৰ […]

শুৱালকুছিত ভৱিষ্যত ৰাজনীতি আৰু লোক সভা নিৰ্বাচনত CPM প্ৰাৰ্থীৰ অভূতপূৰ্ব সফলতা !

লোক সভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণী ভূষন চৌধুৰীযে শুৱালকুছি অঞ্চলত কিমান ভোট লাভ কৰিব?? বিজেপি নেতা সকলে ভাবি থকাৰ দৰে বিৰোধী বুলিবৰ বাবে কোনো নাই বোলা ধাৰণাক ভুল প্ৰমাণিত কৰি এইবাৰ CPM দলে লাভ কৰিব অভূতপূৰ্ব সফলতা । বিজেপিয়ে ভবাৰ দৰে CPM দলে বহুত বেছি ২০০ ভোট পাব বুলি যি ধাৰণা লোৱা হৈছে […]

সোণাপুৰত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা।নিহত এজন, গুৰুতৰভাৱে আহত দুজন

সোণাপুৰৰ চামতাত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি গুৱাহাটীৰ পৰা নগাঁও অভিমুখী AS 01 FU 7408 নং’ৰ এখন বাজাজৰ বাইক আৰু চামতাৰ পৰা ভূল দিশেৰে আহি থকা AS 01 DA 9420 নং’ৰ এখন হোণ্ডা স্কুটিৰ মাজত মুখামুখি খুন্দাৰ ফলত এই ভয়ংকৰ দূৰ্ঘটনাটি সংঘটিত হয়। যাৰ ফলত আহত হয় উক্ত বাইকখনৰ আৰোহী আৰু […]

নিশা দৰঙৰ দুমুনীচকীত চুৰিকাণ্ড

👈 দুমুনীচকীত পেয়াৰ আব্দুল আজিজ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় চুৰিকাণ্ড। 👈নিশা চোৰে দুটাকৈ আলমিৰা ভাঙি নগদ ধন মোবাইল ফোন সোণৰ আ-অলংকাৰ আদি লুটি নিয়ে। 👈 লোকজনৰ বাসগৃহৰ আন বহু সামগ্ৰী বিনষ্ট কৰি থৈ যায় চোৰৰ দলটোৱে। 👈ঘটনাক লৈ ভুক্তভোগী পৰিয়ালে ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। 👈 আৰক্ষীৰ অনুসন্ধান অব্যাহত যদিও আটক কৰিব পৰা […]

Home
NEWS
Search