T-20 বিশ্বকাপৰ গুৰু দায়িত্ব যুৱৰাজ সিংৰ ওপৰত

0 minutes, 1 second Read

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) ভাৰতৰ কিংবদন্তি অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙক এই প্রতিযোগিতাখনত অৰ্পণ কৰিলে গুৰু দায়িত্ব । তাৰকা ক্ৰিকেটাৰ গৰাকীক এই বাৰ টি20 ক্ৰিকেট বিশ্বকাপত দেখা যাব ব্ৰেণ্ড এম্বেছাদৰ হিচাপে। ২০০৭ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত যুৱৰাজে এটা অভাৰত ছটা ছিক্সাৰ কোবাই ইতিহাস ৰচনা কৰাৰ লগতে এম এছ ধোনীৰ নেতৃত্বত ভাৰতে টি-২০ বিশ্বকাপৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search