বাবাৰ কামনাৰ বলি ১২০ গৰাকী কিশোৰী-যুৱতী-মহিলা! জেলতেই মৃত্যু ভণ্ড সাধু ‘জেলেবী বাবা’ৰ

0 minutes, 2 seconds Read

এটা সময় আছিল ‘জেলেবী বাবা’ বুলিলেই ভক্তিত নিমজ্জিত হয় ভক্তগণ । সেই জেলেবী বাবা ওৰফে কুখ্যাত বাবা বিল্লু ৰামৰ জীৱনৰ যৱনিকা পৰিল। কিছুমানৰ বাবে তেওঁ অমৰপুৰী নামেৰেও পৰিচিত আছিল। নিজকে ‘গডমেন’ বুলি দাবী কৰা বিল্লু ৰামে ১২০ গৰাকীতকৈও অধিক মহিলাক ধৰ্ষণ কৰিছিল। তাৰ পিছত তেওঁলোকক ব্লেকমেইল কৰি অশ্লীল ভিডিঅ’ বনাইছিল।

এই অপৰাধৰ বাবেই হাৰিয়ানাৰ হিছাৰ জেলত তেওঁ ১৪ বছৰ

যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল। বিল্লু ৰাম আছিল কেন্দ্রীয়
কাৰাগাৰ-২৩। যোৱা বুধবাৰে নিশা হঠাতে বুকুত বিষ অনুভৱ
কৰিছিল। ইয়াৰ পিছতে জেল কর্তৃপক্ষই তেওঁক হাৰিয়ানাৰ
মহাৰাজা আগৰসেন মেডিকেল কলেজলৈ লৈ যায় যদিও
বিল্লু ৰামৰ মৃত্যু হয়।
কোন এই জেলেবি বাবা? বিল্লু ৰামৰ ঘৰ পঞ্জাৱৰ মানছাত । টোহানাত বাস কৰিছিল। তেওঁ আগতে টোহানাত সৰু ঠেলা এখনত জেলেপি বিক্ৰী কৰিছিল কাৰনে ‘জেলেবী বাবা’ নামেৰে পৰিচিত হয়। কাৰণ তেওঁ জেলেপি বিক্ৰী বাদ দি বাবা হৈ টোহানাত এখন আশ্রম স্থাপন কৰিছিল আৰু সেই আশ্ৰমতে তেওঁ হৰণ কৰিছিল বহু যুৱতী মহিলাৰ সতীত্ব

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search