শুৱালকুছিৰ চাৰি যুৱকে কামৰূপৰ শিঙিমাৰীৰ এগৰাকী স্কুলীয়া ছাত্ৰীক গুৱাহাটীৰ এখন ল’জত আবদ্ধ কৰি ৰখা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্যমতে শুৱালকুছিৰ নাৰায়ণ বৈশ্য (২১) নামৰ যুৱকজনৰ লগত শিঙিমাৰী বাসিন্দা তথা এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী গৰাকীৰ লগত দীৰ্ঘ দিনীয়া সম্পৰ্ক৷ যোৱা ১২ জুনৰ সন্ধিয়া প্ৰায় ৭ বজাত নাৰায়ণ […]
খেলেৰে পৃথিৱী জয় কৰাৰ সাধনাত ব্ৰতী দুগৰাকী ভগ্নীয়ে শেহতীয়া ভাবে গৌৰৱ কঢ়িয়াই আনিলে শুৱালকুছিলৈ । দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত জিন্তি মণি আৰু ভায়লিনাই সোন আৰু ব্ৰঞ্জৰ পদক লাভ কৰি এই গৌৰৱ কঢ়িয়াই আনে । জিন্তি মণি দাসে ৬৯ কেজি জুনিয়ৰ শাখাত দুটাকৈ সোণৰ পদক লাভ কৰাৰ বিপৰীতে ভায়লিনা দাসে ৬৩ কেজি চাব […]
ভাৰতীয় সেনাই আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এন ডি আৰ এফ, এছ ডি আৰ এফ, এছ এছ বি আৰু অসম আৰক্ষীৰ সহযোগত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত বান সাহায্য বিষয়ক ‘জল ৰাহত’ নামৰ এক অনুশীলন অনুষ্ঠিত কৰে। ‘জল ৰাহত’ অনুশীলনৰ লক্ষ্য হৈছে স্থানীয় লোকৰ মাজত বান সাহায্য অভিযানৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা আৰু এনে […]
👈১০ লাখ শিক্ষার্থীক নামভৰ্তিৰ বাবে টকা দিব অসম চৰকাৰে 👈 প্রতিমাহৰ ১১ তাৰিখে বেংকযোগে ছাত্রীসকলে লাভ কৰিব এই ধন 👈১১ অক্টোবৰত বেংকযোগে লাভ কৰিব প্ৰথম কিস্তিৰ ধন 👈উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ বিবাহিতা ছাত্ৰীয়ে নাপাব এই ধন 👈স্নাতকোত্তৰত অধ্যয়ণৰত বিবাহিতা ছাত্রীয়ে পাব এই আঁচনিৰ লাভ 👈ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰী আৰু আধাতে কলেজ এৰা ছাত্রীয়ে নাপাব এই ধন […]
যোৰহাটৰ ৰংদৈ পহুচৰা গাওঁত ৰাইজৰ দান বৰঙণীৰে নতুনকৈ বৰনামঘৰ নিৰ্মান কৰাৰ লগতে প্ৰতিষ্ঠা কৰা হল “গুৰু আসন”। ভকত বৈষ্ণৱৰ বহু দিনৰ সপোন পূৰণ হল আজি । নতুনকৈ নিৰ্মান হোৱা ধৰ্মীয় অনুস্থান ভাগিত ৰংদৈ কৈৱৰ্ত গাঁৱৰ ৰাইজ উৎফুল্লিত হৈ পৰে । ভকত বৈষ্ণৱৰ হৰি কীৰ্তনত মুখৰিত হৈ পৰে ৰংদৈ কৈৱৰ্ত গাঁও । নামঘৰ ভাগি প্ৰতিস্থাৰ বাবে […]
টকা লুণ্ঠনৰ আজিকালি নতুন নতুন পৰিকল্পনা ওলাইছে ৷ কিছুদিনৰ আগৰ ঘটনা ৷ ছচিয়েল মিডিয়াত মোৰ বন্ধু এজনৰ এগৰাকী যুৱতী এগৰাকীৰ সৈতে চিনাকি হ’ল ৷ যুৱতীগৰাকীৰ নাম ৰিংকি হাজৰিকা ৷ ঘৰ চন্দ্ৰপুৰত ৷ গুৱাহাটীৰ ব্যক্তিগত মেডিকেল এখনত কৰ্মৰত বুলি তাক কৈছিল লগত খানাপাৰাত ভাড়াত থাকে হেনো ৷ সাধাৰণভাৱে কথাবতৰা তাৰপাছত নম্বৰ আদানপ্ৰদান ৷ তাই তাক জনালে […]
কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বেজটোলা নিবাসী পিতৃ অশ্বিনী কুমাৰ বৰুৱা আৰু মাতৃ চন্দনা বৰুৱাৰ সুযোগ্য কন্যা সন্তান সুস্মিতা বৰুৱাই সদ্যঘোষিত ২০২৪ বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত সূৰ্যোদয়ৰ কিৰণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে।নিচেই শৈশৱৰ পৰাই পঢ়ি ভালপোৱা মেধাৱী ছাত্ৰী সুস্মিতা বৰুৱাই শিলচৰস্থিত পটেনশ্বিয়েল এণ্ড কনচেপ্ট ইডুকেশ্বন ইনষ্টিটিউটৰ পৰা সৰ্বভাৰতীয় NEET (National Eligibility cum Entrance Test) […]
বহু ছবি আৰু ধাৰাবাহিকত কাম কৰা অভিনেত্ৰী নূৰ মালবিকা দাস আৰু নাই। মৃত্যুৰ ৩ দিন পিছতে আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ উদ্ধাৰ কৰি মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।ডিপ্ৰেচনৰ বলি হৈ অভিনেত্ৰী নূৰ মালবিকা দাসে আত্মহত্যা কৰা বুলি। সন্দেহ কৰা হৈছে ।মুম্বাইৰ অশিৱাৰা অঞ্চলত উদ্ধাৰ হৈছে মালবিকা দাস নামৰ অভিনেত্ৰীগৰাকীৰ মৃতদেহ। […]
Assam Power Distribution Company Limited (APDCL) has announced a notification for the recruitment of 69 Assistant Accounts Officer posts. Interested and eligible candidates can apply online through the official recruitment portal. Below are the details of the recruitment: APDCL Recruitment 2024 Details Name of Post: Assistant Accounts Officer Number of Posts: 69 Discipline-wise Vacancy: Pay […]
পঞ্চায়তৰ দুৰ্নীতিৰ বাবেই প্ৰধানমন্ত্ৰীৰ আবাস গৃহৰ পৰা বঞ্চিত বৃহত্তৰ বৰঘূলী অঞ্চলৰ দৰিদ্ৰ লোকসকল। উৱলি যোৱা আবাস গৃহতে দিন ৰাতি পাৰ কৰাৰ পিছতো প্ৰধানমন্ত্ৰী আবাস গৃহ লাভ নকৰিলে ৩ নং বৰঘূলীৰ একাংশ লোকে। বৰঘূলী গাওঁ পঞ্চায়তৰ অন্তৰ্গত অতি দৰিদ্ৰ পৰিয়ালৰ ছফিকুল ইছলামে পঞ্চায়তৰ পৰা এটা অনুদানৰ ঘৰ লাভ নকৰাত ক্ষোভ উজাৰে পঞ্চায়টোৰ বিৰুদ্ধে। উল্লেখ্য যে পঞ্চায়ৰ […]