শুৱালকুছিত নিৰ্বাচনী সভা মুখ্যমন্ত্ৰীৰ
লোক সভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ চৌ দিশে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণৰ বাবে ৫ মে’ত শুৱালকুছিলৈ আহিব । ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ কাৰ্যসূচী ইতিমধ্যে ৰাজহুৱা কৰা হৈছে ।