শুৱালকুছি আৰক্ষী থানাত দালালৰাজ !!

0 minutes, 0 seconds Read

কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী সাংবাদিকে । সাংবাদিক গৰাকীয়ে অভিযোগ কৰা অনুসৰি শুৱালকুছি আৰক্ষীৰ নামত দাস উপাধিৰ কোনো এজন ব্যক্তিয়ে দালালি কৰি ধন সংগ্ৰহ কৰে । সামাজিক মাধ্যমত মুকলি কৈ শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে সাংবাদিক গৰাকীয়ে এই অভিযোগ আনিছে যদিও দাস উপাধিৰ সেই বিশেষ ব্যক্তি জনৰ দালালি সম্পৰ্কত আৰক্ষী অৱগত হয় নে নহয় সেই প্ৰশ্নও উত্থাপন কৰিছে ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search