মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্রাস পাইছে সুৰাৰ বিক্ৰী । শংকিত চৰকাৰ

সুৰাৰ মূল্য বৃদ্ধি কৰি বিপদত পৰিছে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। কাৰণ দাম বৃদ্ধিৰ পাছতে অসমত দ্ৰুত গতিত হ্ৰাস পাইছে বিলাতী সুৰাৰ বিক্ৰী।সম্প্রতি সুৰা বিক্রী হ্রাস পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে দিছপুৰ । উল্লেখ্য যে অসমৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰি আছে সুৰাই । তেনেস্থলত সুৰা বিক্ৰীৰ জৰিয়তে লাভ কৰা ৰাজহৰ পৰিমাণ […]

শুৱালকুছি ৰিতম পুথিভঁৰালত আলাবৈ ৰণ শীৰ্ষক বক্তৃতানুষ্ঠান।

শুৱালকুছিৰ ৰিতম পুথিভঁৰালত প্ৰতিমাহত অনুস্থিত কৰা যিকোনো বিষয়ৰ সাহিত্য চৰ্চাই জনমানসত অধিক সমাদৰ লাভ কৰাৰ সময়তে এই মাহৰ ১৬ তাৰিখে পুথিভঁৰালত দশম সংখ্যক সাহিত্যাচাৰ্য অনুস্থিত হৈ যায়।ভাৰতৰ ঐতিহাসিক শৰাইঘাটৰ আলাবৈ ৰণৰ দহ হাজাৰ সৈনিকৰ মৃত্যুৰ কলা অধ্যায় শীৰ্ষক বিষয় বস্তু লৈ বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্হিত থাকে বামুন্দী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ নাৰায়ণ ভট্ট । সমল […]

৩৭ কোটি টকাৰ ব্যয় সাপেক্ষেশুৱালকুছিত স্থাপন হ’ব হস্ততাতঁ প্ৰকল্প

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ আৰু ভাৰত চৰকাৰৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ অৰ্থ সাহায্যত শুৱালকুছিত স্থাপন হ’ব বৃহৎ থুপ ভিক্তিক হস্ততাঁত প্ৰকল্প (Mega Handloom Cluster Project) । প্ৰায় ৩৭ কোটি টকা ব্যায় সাপেক্ষে স্থাপন হব লগা এই প্ৰকল্প যোগে শুৱালকুছি অঞ্চলৰ প্ৰায় ৪৩০০গৰাকী শিপিনী উপকৃত হ’ব l শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনৰ গন্ধমৌ পঞ্চায়ত, বংশৰ পঞ্চায়ত, […]

শংকৰদেৱ ধামত মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱৰ আয়োজন।জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতা

শুৱালকুছিৰ অন্যতম ধৰ্মপীঠ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশঙ্কৰদেৱ শংকৰদেৱ ধামত উদ্যোগত অহা ২৩আৰু২৪ মেত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্মোত্সৱত আয়োজন কৰিছে।এই উপলক্ষে আঞ্চলিক ভিত্তিত আৰু জিলা ভিত্তিত দুটা পৰ্যায়ত বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ২৪ মেত প্ৰথম পৰ্যায়ৰ ‘ক’শাখাত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিষয় বস্ত “ধৰ্ম প্ৰচাৰক হিচপে দুজনাগুৰুৰ অবদান”।”খ”শাখাত জিলা ভিত্তিত […]

সন্তান জন্ম দিব নোৱাৰৰ বাবেই শহুৰে চোকা অস্ত্ৰৰে আক্ৰমন কৰিলে বোৱাৰীক

সন্তুান জন্ম দিব নোৱাৰাৰ বাবেই পুত্ৰ -বোৱাৰীৰ ওপৰত অমানুসিক অত্যাচাৰ পিতৃ ।বোৱাৰীক চোকা অস্ত্ৰৰে আক্ৰমন শহুৰৰ ।নগাঁও জিলাৰ কঠীয়াতলীৰ এই ঘটণাক কেন্দ্ৰ কৰি সৰ্বত্ৰতে সৃষ্টি হৈছে প্ৰতিক্ৰীয়া ।নিষ্ঠুৰ ;নিৰ্দয় ;হৃদয়হীন পিতৃৰ কাণ্ডত অতিষ্ঠ”হৈ আইনৰ কাষ চাপিছে পুত্ৰ বোৱাৰী ।নিৰ্দয় পিতৃয়ে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে নিজ বোৱাৰীক।বোৱাৰী গৰাকীৰ বিৰুদ্ধে অভিযোগ বিয়া হোৱাৰ চৌধ্য বছৰৰ পিছতো […]

মঙলদৈত চাঞ্চলকৰ হত্যা কাণ্ড ৷হানিখুচি হত্যা কৰিলে এজনক ৷

👈 মঙলদৈ ১নং মাগুৰমাৰী চৰত এই হত্যাকাণ্ড👈 মাটিৰ সীমাৰ বাবেই সম্বন্ধীয় ভাতৃয়ে কৰিলে এই হত্যাকাণ্ড।👈মৃত লোক জনৰ নাম আৰিফুদ্দিন আলি ৷👈বৰ্তমান মৃত্যু লোকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত👈মঙলদৈ থানাত এজাহাৰ দাখিল।👈খবৰ পোৱা মাত্ৰকে মঙলদৈ আৰক্ষীয়ে অপৰাধীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে👈ঘটনাৰ বিবৰণ অনুসৰি মাটিৰ সীমা মিমাংসা কৰাৰ বাবে গাধোৱা চাপৰিৰ আৰিফুদ্দিন আলি ১ নং মাগুৰমাৰীৰ ভাতৃ ৰহিম […]

ৰঙিয়াত হিট এণ্ড ৰানৰ ঘটনা । দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্ঘটনাত সংঘটিত কৰা বাহনৰ ।

ৰঙিয়াৰ ২৭ ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পথ দুৰ্ঘটনা । দ্ৰুতবেগী বাহনে খুন্দিয়ালে বাইকক । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ বাইক আৰোহী । পুৱতি নিশা আৰক্ষীয়ে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱক দুজনক চিকিৎসালয়ত ভৰ্তি কৰায় । দুৰ্ঘটনাটো কেতিয়া সংঘটিত হৈছিল সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই । একাংশৰ সন্দেহ নলবাৰী অভিমুখী অচিনাক্ত বাহনে নলবাৰী অভিমুখী AS 25 X 4702 […]

শুৱালকুছিত অনুষ্ঠিত নৱম কামৰূপ জিলা আন্তঃক্লাব টাইকোৱানডো প্ৰতিযোগিতাত শুৱালকুছিৰ চাক্সিত দাসৰ সাফল্য

কামৰূপ জিলা টাইকোৱানডো সন্থাৰ তত্বাৱধানত শুৱালকুছি টাইকোৱানডো একাডেমী আৰু গুৰুকুল টাইকোৱানডো একাডেমীৰ উদ্যোগত নৱম আন্তঃক্লাব টাইকোৱানডো প্ৰতিযোগিতাখনি শুৱালকুছি কলিতা মন্দিৰৰ শিশু উদ্যানত অনুষ্ঠিত হয়। লৰাৰ ছাব জুনীয়ৰৰ ২৫ কেজি বয়সৰ শাখাত সমীন্দ্ৰ দাসৰ পুত্ৰ চাক্সিত দাসে ৰূপৰ পদক লাভ কৰি সমগ্ৰ শুৱালকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। শুৱালকুছি টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক গোলাপ শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ […]

বিল্ডিঙৰ পৰা জঁপিয়ালে দুই শিক্ষক পতি-পত্নীয়ে

👈 বিল্ডিঙৰ পৰা জঁপিয়ালে দুই শিক্ষক পতি-পত্নীয়ে।👈 ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কুশল পথত অঘটন।👈 চাৰিং হাফলুটিঙৰ শিক্ষক বিদ্যুৎ নাথ আৰু তেওঁৰ শিৱসাগৰৰ শিক্ষয়িত্ৰী পত্নী উপাসনা বৰগোহাঁয়ে তিনিমহলিয়া বিল্ডিঙৰ পৰা জঁপিয়াই চৰম পথ বাছি লোৱাৰ চেষ্টা চলায়। দুয়ো পতি-পত্নীয়ে ডিমৌৰ সমীপৰ জামিৰা আৰু নিতাইপুখুৰীত শিক্ষকতা কৰিছিল। কি কাৰণত শিক্ষক-শিক্ষয়িত্ৰীগৰাকীয়ে এই চৰম সিদ্ধান্ত বাছি ল’লে, সেয়া এতিয়াও […]

জুইত জাহ গল ন-বোৱাৰীৰ সোনৰ আ-অলংকাৰ

ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড কেইবাটাও বাসগৃহ ভস্মীভূত হোৱাৰ উপৰিওজুইত জাহ গল ন-বোৱাৰীৰ সোনৰ আ-অলংকাৰ, সমস্ত ফাৰ্ণিচাৰ সহ লক্ষাধিক টকাৰ সা-সামগ্ৰী । ৰঙিয়াৰ পূৱ সাহানৰ নিবাসী চাহনুৰ আলীৰ গৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । বিদ্যুতৰ চৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে

Home
NEWS
Search