মৎস্য চিকাৰলৈ গৈ পাকিস্তানৰ হাতত বন্দী হোৱা এজন মাছমৰীয়াৰ মৃত্যু হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । মাছ। মাৰিবগৈ পাকিস্তানৰ জলসীমাত প্ৰৱেশ কৰিছিল এগৰাকী ভাৰতীয় মাছমৰীয়াই। যাৰ ফলতপাকিস্তানী নিৰাপত্তা বাহিনীৰ হাতত গ্ৰেপ্তাৰ হব লগা হৈছিল মাছমৰীয়া জন ।এই ঘটনা সংঘটিত হৈছিল ২০২২ ত । তেতিয়াৰ পৰা কৰাচীৰ কাৰাগাৰত বন্দী হৈ আছিল এই মাছমৰীয়াজন। যোৱা মাৰ্চ মাহত […]
আমেৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনাতপ্ৰাণ হেৰুৱালে ৩ গৰাকী ভাৰতীয় যুৱতীয়ে। নিহত যুৱতী কেইগৰাকী গুজৰাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে । নিহত যুৱতী তিনিগৰাকী হৈছে ৰেখাবিন পেটেল, সংগীতাবিন পেটেল আৰু মনীষাবিন পেটেল।শনিবাৰে পুৱা দক্ষিণ কেৰ’লিনাত সংঘটিত হয় এই দুর্ঘটনাটো। গ্রীণভিল কাউন্টিৰ ওচৰৰ এখন ফ্লাই অভাৰত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়।গ্রীণভিল আৰক্ষীৰ মতে, দ্রুতবেগী এছ ইউ […]
👈মর্মান্তিক পথ দুর্ঘটনা; দুখন বাইকৰ সংঘর্ষত ৩ জন লোকে হেৰুৱালে প্রাণ👈বিহাৰৰ বেগুছৰাইত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত👈দুৰ্ঘটনাত থিতাতে নিহিততিনিজন লোকৰ👈আন এজন লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত👈মুফাছিল থানাৰ অন্তৰ্গত ৫৫ নং ৰাজ্যিক ঘাইপথত এই দুর্ঘটনাটো সংঘটিত হৈছে দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ পিছতে জ্বলি উঠিছিল এখন বাইক যাৰ বাবে বাইকখনত থকা লোকসকল জুইত আবদ্ধ হৈ পৰে। এই ঘটনাত […]
শিশু কল্যাণ সমিতি (চি ডব্লিউ চি)য়ে অযোধ্যাত এখন বাছৰ পৰা উদ্ধাৰ কৰিছে ৯৫টা শিশুক। এই শিশুসকলৰ প্ৰত্যেকৰে বয়স ৪ৰ পৰা ১২ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে । বিহাৰৰ আৰিয়াৰ পৰা অযোধ্যাৰ চাহাৰনপুৰলৈ লৈ যোৱা হৈছিল শিশুকেইটাক। শিশু কল্যাণ সমিতিয়ে বিশেষ সূত্ৰৰ খবৰ লাভ কৰি মাজবাটতে অযোধ্যাৰ দেৱকালী মোৰৰ সমীপত এখন বাছৰ পৰা শিশুকেইটিক উদ্ধাৰ […]
ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) ভাৰতৰ কিংবদন্তি অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙক এই প্রতিযোগিতাখনত অৰ্পণ কৰিলে গুৰু দায়িত্ব । তাৰকা ক্ৰিকেটাৰ গৰাকীক এই বাৰ টি20 ক্ৰিকেট বিশ্বকাপত দেখা যাব ব্ৰেণ্ড এম্বেছাদৰ হিচাপে। ২০০৭ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত যুৱৰাজে এটা অভাৰত ছটা ছিক্সাৰ […]
বংশৰৰ পৰাও আহে বিষাক্ত চুলাই নিৰ্লিপ্ত প্ৰশাসন নিমাত সমাজ এটা সময়ত শুৱালকুছিত সুৰা বিপনি আছিল । চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত সুৰাৰ বিপনিত গ্ৰাহকৰ ভিৰ হৈছিল ।। ধৰ্ম আৰু কৰ্ম নগৰী হিচাপে স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰনগৰীত মুকলি ভাবে এনেদৰে সুৰা বিক্ৰী কৰা বিষয়টোৱে সচেতন সমাজক চিন্তিত কৰি তুলিছিল আৰু সুৰা বিপনিৰ বিৰুদ্ধে যুঁজ দিবলৈ সংজ্ঞবদ্ধ হৈছিল । গাঁও বাসীৰ […]
👈নাজিৰাৰ গেলেকীৰ জেং বিহু হুঁচৰি দল দুর্ঘটনাগ্রস্ত-👈স্কুটী আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় নৱম শ্ৰেণীৰ ছাত্ৰ-👈AS04 T 5546 নম্বৰৰ স্কুটী আৰু AS04 BC 6920 নম্বৰৰ টাটা মেজিকৰ মাজত মুখামুখি সংঘর্ষ-👈থিতাতে নিহত হয় কৌস্তভ কোঁৱৰ নামৰ ছাত্ৰ জন-👈নাজিৰা জিঅ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দূর্ঘটনা👈মৃত ছাত্ৰ জনৰ ঘৰ নাজিৰা মেছাগড়ৰ বুলি জানিব পৰা গৈছে-
শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ নিয়োগ কোষৰ তত্ত্বাৱধানত আজি ফ্লিপকাৰ্টৰ অধীনত এক প্ৰাংগন ভিওিক সাক্ষাৎকাৰ অনুস্হিত হয়৷ এই সাক্ষাৎকাৰ অনুস্হানৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাই মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ সুবিধাৰ্থে আয়োজিত এই সাক্ষাৎকাৰে ছাত্ৰছাত্ৰীৰ সংস্হাপনৰ দিশত এক নতুন মাত্ৰা সংযোজিত কৰিব বুলি আশা প্ৰকাশ কৰে৷ ইয়াৰ পাছতে ফ্লিপকাৰ্টৰ পৰা অহা বিষয়ববীয়া সকলে […]
IntroductionArtificial Intelligence (AI) is evolving at an unprecedented pace, shaping the future of technology, industry, and society. As AI becomes more sophisticated, it holds the potential to revolutionize how we work, live, and interact with the world. In this article, we’ll explore the transformative impact of AI and what the future holds for this groundbreaking […]
Introduction:The Railway Protection Force (RPF) has announced a significant recruitment drive for 2024, with 4208 Constable positions up for grabs. If you’re interested in joining the RPF as a Constable, the application process will be open from April 15, 2024, to May 14, 2024. Here’s everything you need to know about eligibility, the application process, […]