ভাৰতীয় সেনাই আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এন ডি আৰ এফ, এছ ডি আৰ এফ, এছ এছ বি আৰু অসম আৰক্ষীৰ সহযোগত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত বান সাহায্য বিষয়ক ‘জল ৰাহত’ নামৰ এক অনুশীলন অনুষ্ঠিত কৰে। ‘জল ৰাহত’ অনুশীলনৰ লক্ষ্য হৈছে স্থানীয় লোকৰ মাজত বান সাহায্য অভিযানৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা আৰু এনে […]
👈১০ লাখ শিক্ষার্থীক নামভৰ্তিৰ বাবে টকা দিব অসম চৰকাৰে 👈 প্রতিমাহৰ ১১ তাৰিখে বেংকযোগে ছাত্রীসকলে লাভ কৰিব এই ধন 👈১১ অক্টোবৰত বেংকযোগে লাভ কৰিব প্ৰথম কিস্তিৰ ধন 👈উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ বিবাহিতা ছাত্ৰীয়ে নাপাব এই ধন 👈স্নাতকোত্তৰত অধ্যয়ণৰত বিবাহিতা ছাত্রীয়ে পাব এই আঁচনিৰ লাভ 👈ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰী আৰু আধাতে কলেজ এৰা ছাত্রীয়ে নাপাব এই ধন […]
যোৰহাটৰ ৰংদৈ পহুচৰা গাওঁত ৰাইজৰ দান বৰঙণীৰে নতুনকৈ বৰনামঘৰ নিৰ্মান কৰাৰ লগতে প্ৰতিষ্ঠা কৰা হল “গুৰু আসন”। ভকত বৈষ্ণৱৰ বহু দিনৰ সপোন পূৰণ হল আজি । নতুনকৈ নিৰ্মান হোৱা ধৰ্মীয় অনুস্থান ভাগিত ৰংদৈ কৈৱৰ্ত গাঁৱৰ ৰাইজ উৎফুল্লিত হৈ পৰে । ভকত বৈষ্ণৱৰ হৰি কীৰ্তনত মুখৰিত হৈ পৰে ৰংদৈ কৈৱৰ্ত গাঁও । নামঘৰ ভাগি প্ৰতিস্থাৰ বাবে […]
টকা লুণ্ঠনৰ আজিকালি নতুন নতুন পৰিকল্পনা ওলাইছে ৷ কিছুদিনৰ আগৰ ঘটনা ৷ ছচিয়েল মিডিয়াত মোৰ বন্ধু এজনৰ এগৰাকী যুৱতী এগৰাকীৰ সৈতে চিনাকি হ’ল ৷ যুৱতীগৰাকীৰ নাম ৰিংকি হাজৰিকা ৷ ঘৰ চন্দ্ৰপুৰত ৷ গুৱাহাটীৰ ব্যক্তিগত মেডিকেল এখনত কৰ্মৰত বুলি তাক কৈছিল লগত খানাপাৰাত ভাড়াত থাকে হেনো ৷ সাধাৰণভাৱে কথাবতৰা তাৰপাছত নম্বৰ আদানপ্ৰদান ৷ তাই তাক জনালে […]
কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বেজটোলা নিবাসী পিতৃ অশ্বিনী কুমাৰ বৰুৱা আৰু মাতৃ চন্দনা বৰুৱাৰ সুযোগ্য কন্যা সন্তান সুস্মিতা বৰুৱাই সদ্যঘোষিত ২০২৪ বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত সূৰ্যোদয়ৰ কিৰণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে।নিচেই শৈশৱৰ পৰাই পঢ়ি ভালপোৱা মেধাৱী ছাত্ৰী সুস্মিতা বৰুৱাই শিলচৰস্থিত পটেনশ্বিয়েল এণ্ড কনচেপ্ট ইডুকেশ্বন ইনষ্টিটিউটৰ পৰা সৰ্বভাৰতীয় NEET (National Eligibility cum Entrance Test) […]
পঞ্চায়তৰ দুৰ্নীতিৰ বাবেই প্ৰধানমন্ত্ৰীৰ আবাস গৃহৰ পৰা বঞ্চিত বৃহত্তৰ বৰঘূলী অঞ্চলৰ দৰিদ্ৰ লোকসকল। উৱলি যোৱা আবাস গৃহতে দিন ৰাতি পাৰ কৰাৰ পিছতো প্ৰধানমন্ত্ৰী আবাস গৃহ লাভ নকৰিলে ৩ নং বৰঘূলীৰ একাংশ লোকে। বৰঘূলী গাওঁ পঞ্চায়তৰ অন্তৰ্গত অতি দৰিদ্ৰ পৰিয়ালৰ ছফিকুল ইছলামে পঞ্চায়তৰ পৰা এটা অনুদানৰ ঘৰ লাভ নকৰাত ক্ষোভ উজাৰে পঞ্চায়টোৰ বিৰুদ্ধে। উল্লেখ্য যে পঞ্চায়ৰ […]
কিহৰ প্ৰাইডৰ কথা কৈ আছে হে শইকীয়া মহাশয়? আমিওতো ভাবি থাকিছিলো উজনি অসমখন খাঁটি অসমীয়াৰে ভৰি আছে! যি চাহ, তেল, কয়লাৰ কথা কৈছে, সেইবোৰৰ মালিক কোন? ব্যৱসায় বুলিলে দেখোন গোটেই খন জালান, চেৰাউগী, শ্বাহ, সিং মখাই ভৰি আছে! খাঁটি অসমীয়াৰ আধিপত্য আছে, উজনিত এনে এক ক্ষেত্ৰ দেখুৱাই দিয়কচোন! চাওঁক শইকীয়া মহাশয়, উজনি উজনিকৈ, নামনি নামনিকৈ […]
কোনোবাই কলিংবেল টিপিলে বা দুৱাৰত টুকুৰিয়ালে আমি যিখন দুৱাৰ খুলি দিওঁ , সেইখনেই ঘৰৰ মূল দুৱাৰ ৷ সেইখনক সামাজিক দুৱাৰ বুলিও ক’ব পাৰি ৷ কাৰণ গেছ চিলিণ্ডাৰ দিয়া মানুহ , পাৰ্চেল দিয়া মানুহ .ইলেকট্ৰিছিয়ান , প্লাম্বাৰ , আলহী – অতিথিকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ প্ৰবেশ ঘটে সেইখনেৰে ৷ সেইখন দুৱাৰৰ পিছতে থাকে ভিতৰৰ দুৱাৰবোৰ […]
Brain Tuberculosis মগজুৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰি দিক্ বিদিক হেৰুৱাইছে ৰণদেৱ কলিতাৰ পৰিয়ালবৰ্গই। সম্প্ৰতি নেমকেয়াৰ হাস্পাতালত চিকিৎসা চলি আছে যদিও খৰছৰ মাত্ৰ দিনক দিনে বৃদ্ধি পাই আহিছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি টকাৰ অভাৱত ৰণদেৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ নিব খোজে যদিও চিকিৎসা চলি থকা হাস্পাতালখনত বৰ্তমানেও দিবলৈ আছে প্ৰায় ১০ লক্ষাধিক টকা। ৰাইজৰ […]
হাজো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক সকলৰ অন্যতম বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মহেশ চন্দ্ৰ দাস দেৱৰ জন্ম শতবাৰ্ষিকী বৰ্নাধ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈ যায়৷সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক,বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন,বিশিষ্ট কবি নন্দসিং বৰকলা,বিশিষ্ট সমাজকৰ্মী তথা অসমৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতা,উমেশ চক্ৰৱৰ্তী,খগেন শইকীয়া,ঈশ্বৰ শ্ৰীশ্ৰী হাটীসত্ৰ শুৱালকুছিৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱলোচন সন্ত বাপকে ধৰি একাধিক […]